This browser does not support the video element.
বাঘবৰ: কলগাছিয়া চাৰিআলি চকত মম জ্বলাই জুবিন গাৰ্গৰ বিদেহী আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাইজে
Baghbor, Barpeta | Sep 19, 2025
কলগাছিয়াত অসমৰ হিয়াৰ আমঠু হাৰ্টথ্র' জুবিন গাৰ্গৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ। কলগাছিয়া চাৰিআলি চকত মম জ্বলাই শিল্পী গৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাইজে ৷ কলগাছিয়াৰ স্থানীয় ৰাইজ, যুৱ সমাজৰ উপৰিও বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। জুবিনৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতেই কান্দোনত ভাগি পৰে অনুৰাগী। এটি গানৰ কলি গাই আৱেগিক হৈ পৰে জুবিনৰ অনুৰাগী।