This browser does not support the video element.
বাক্সা: অহোপাত গণ সুৰক্ষা পাৰ্টীৰ সাংগঠনিক সভা অনুষ্ঠিত
Baska, Baksa | Sep 6, 2025
বাক্সা জিলাৰ অহোপাত আজি গণ সুৰক্ষা পাৰ্টীৰ সাংগঠনিক সভা অনুষ্ঠিত হয়। এই সভাত কাইলৈৰ পৰা প্ৰচাৰ চলিবলগীয়া কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। জাতি, মাটি আৰু সুৰক্ষাক লৈয়ে মূল ইছ্যু লৈ প্ৰচাৰ অভিযান চলাব বুলি মন্তব্য কৰে দলৰ দিহিৰা ব্ল'ক সমিতিৰ সম্পাদক যাদৱ দাসে। এই সভাত বিপিএফ, ইউপিপিএলৰ পৰা কেবাগৰকী লোকে দলটোত যোগদান কৰে।