Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: গৌৰীপুৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, ১১৫টাকৈ ড্ৰাগছৰ কণ্টেইনাৰসহ আটক এজনক
Dhubri Part, Dhubri | Sep 5, 2025
গৌৰীপুৰ আৰক্ষীৰ এক গোপন অভিযানৰ ভিত্তিত গৌৰীপুৰ চিৰাখোৱা ষষ্ঠ খণ্ড অঞ্চলত ড্ৰাগছ অভিযান চলায় ।আৰক্ষীৰ অভিযানত ১১৫ টাকৈ কণ্টেনাৰ আৰু দুটাকৈ মোবাইলফোন সহ ছপিকুল ইছলামক আৰক্ষীয়ে গ্ৰপ্তাৰ কৰে।আৰক্ষীয়ে জব্দ কৰা খিনি পৰীক্ষা কৰাৰ পিছতে হিৰইন বুলি জনাই দিয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!