Install App
jerina7
This browser does not support the video element.
শদিয়া: শদিয়াত জনজাতিকৰণৰ দাবীত জোৰ সমদল বাহিৰ কৰাৰ সন্দৰ্ভত শদিয়াৰ ঐক্যবদ্ধ আহোম সমাজৰ সংবাদমেল
Sadiya, Tinsukia | Sep 26, 2025
শুকুৰবাৰে শদিয়াত বিয়লি প্ৰায় ৩ ,বজাত শদিয়াৰ ঐক্যবদ্ধ আহোম সমাজে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত অহা ২৭ ছেপ্তম্বৰত জনজাতিকৰণৰ দাবীৰে শদিয়াৰ সদৰ চপাখোৱা বীৰ লাচিত ষ্টেডিয়ামৰ পৰা শদিয়াৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰলৈকে বৃহৎ জোৰ সমদল বাহিৰ কৰা হব বুলি জানিবলৈ দিয়ে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!