Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: ২নং আৰিমাৰীত স্বাস্থ্য কেন্দ্ৰ মুকলি কৰে বিধায়ক মুজিবুৰ ৰহমানে

Mangaldoi Part, Darrang | Sep 8, 2025
দলগাও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানে ২নং আৰিমাৰীত মিনি স্বাস্থ্য কেন্দ্ৰ মুকলি কৰে সোমাবাৰে। ইয়াৰ পিছতেই বিধায়ক গৰাকীয়ে সোমবাৰে আবেলি 4 মান বজাত আৰিমাৰী পঞ্চায়ত খেলপথাৰত এ আই ইউ ডি এফৰ যুৱ মৰ্চা কমিটি গঠন কৰে।এই সভাত পঞ্চায়তৰ কংগ্ৰেছ দলৰ সমৰ্থিত ৩ জন ৱাৰ্ড সদস্য সদস্যা এআইউইএফ দলত যোগদান কৰে
Read More News
T & CPrivacy PolicyContact Us