This browser does not support the video element.
মৰিয়নি: চেলেংহাটত ধুমুহাৰ তাণ্ডৱ , ভাঙিছে গছ , ব্যাহত বিদ্যুৎ সেৱা
Mariani, Jorhat | Sep 27, 2025
মৰিয়নিৰ চেলেংহাটত ধুমুহাৰ তাণ্ডৱ। ভাঙিছে গছ , ব্যাহত বিদ্যুৎ সেৱা। নামচিচু, উপ নামচিচু, মাজুনগঞা গাঁৱকে ধৰি বৃহৎ অঞ্চলত ধুমুহাৰ ধ্বংস লীলা। উঘালি পৰিছে বৃহৎ বৃহৎ গছ আৰু বিদ্যুতৰ খুটা। বহু ঠাইত গছ বাগৰি পথ বন্ধ হৈ আছে।সমগ্ৰ চেলেংহাটত পুৱতি নিশাৰ পৰা বিয়লি বিদ্যুত যোগান সম্পূৰ্ণ ৰূপে ব্যাহত। পথ বন্ধ হৈ থকাত বিদ্যালয়ৰ পৰীক্ষাৰ্থী সকল সন্মুখীন হয় ভীষণ সমস্যাৰ।