This browser does not support the video element.
বৰমা ভাগ: সদৌ অসম ড্ৰাইভাৰ মহা সংঘৰ উদ্যোগত কুজাৰপীঠত ড্ৰাইভাৰ দিৱস পালন
India | Sep 1, 2025
সদৌ অসম ড্ৰাইভাৰ মহা সংঘৰ উদ্যোগত সোমবাৰে ড্ৰাইভাৰ দিৱস পালন কৰা হয় । সদৌ অসম ড্ৰাইভাৰ মহা সংঘৰ বৰপেটা আৰু বজালী জিলা সমিতিৰ উদ্যোগত হাউলীৰ কুজাৰপীঠত ড্ৰাইভাৰ দিৱস পালন কৰা হয়। এই বিশেষ দিনটোত আয়োজিত অনুষ্ঠানত ড্ৰাইভাৰ সকলৰ অৱদানক স্মৰণ কৰি তেওলোকৰ সমস্যা সমাধানৰ দাবী জনায় ড্ৰাইভাৰ সকলে ৷ অনুষ্ঠানত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে সচেতনতা মুলক ভাষণৰ লগতে দুৰ্ঘটনাত প্ৰাণ যোৱা ড্ৰাইভাৰ সকললৈ শ্ৰৰ্দ্ধাঞ্জলী জনোৱা হয় ৷