Install App
mokib786
This browser does not support the video element.
মানকাচৰ: জিলাখনত চলা ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াক লৈ হাটশিঙিমাৰীত জিলা আছুৰ ভাৰপ্ৰাপ্ত সভাপতি গৰাকীৰ প্ৰতিক্ৰিয়া প্ৰকাশ
Mankachar, South Salmara-Mankachar | Aug 23, 2025
শনিবাৰে নিশা ৮বজাত হাটশিঙিমাৰীত দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি আব্দুৰ ৰেজ্জাক সেখে জিলাখনত চলি থকা ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াৰ কৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।উল্লেখ্য যে যোৱা কেইবাদিন ধৰি দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰসাশন আৰু জিলা জল সম্পদ বিভাগে জিঅ বেগেৰে কোকৰাডাঙা অঞ্চলত ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াৰ অস্হায়ী প্ৰতিৰোধৰ কাম কৰিছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!