Download Now Banner

This browser does not support the video element.

নগাঁও: মৰিকলংৰ বিভিন্ন স্থানত নগাঁও আবকাৰী বিভাগ সুৰা বিৰোধী অভিযান , জব্দ বুজন পৰিমাণৰ সুৰা

Nagaon, Nagaon | Sep 6, 2025
মৰিকলং কবৰস্থানৰ সমীপত নগাঁও আবকাৰী বিভাগ সুৰা বিৰোধী অভিযান , জব্দ বুজন পৰিমাণৰ সুৰা ।নগাঁৱত অব্যাহত নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান। তাৰ অংশ স্বৰূপে স্থানীয় ৰাইজৰ সহযোগত মৰিকলং কবৰস্থানৰ সমীপত , নগাওঁ ৰেল ষ্টেচনৰ সমীপত নগাঁও আবকাৰী বিভাগে চলাই সুৰা বিৰোধী অভিযান । স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে চলোৱা এই অভিযানত আবকাৰী বিভাগে জব্দ কৰে ৫২ লিটাৰ দেশী সুৰা । আৰক্ষীৰ‌ উমান পায় ঘটনাস্থলীৰ পৰা পলায়ন কৰে ব্যৱসায়ী । জব্দ কৃত দেশী সুৰা খিনি আৱকাৰী বিভ
Read More News
T & CPrivacy PolicyContact Us