Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: ডিগবৈত একালৰ নিষ্ঠাবান বিজেপি কৰ্মীক বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ

Margherita, Tinsukia | Sep 11, 2025
একালৰ নিষ্ঠাবান বিজেপি কৰ্মী ডিগবৈৰ বিশ্বনাথ শৰ্মা বৰদলৈক বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ । মাথোঁ নিৰ্বাচনৰ সময়ত হে বিজেপি দলে একালৰ বিজেপি নেতা গৰাকীক বিছাৰি আহে বুলি মন্তব্য প্ৰদান । আনকি ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনেও গুৰুত্ব প্ৰদান নকৰিলে বুলি কংগ্ৰেছত যোগদান কৰি বৃহস্পতি বাৰে বিয়লি প্ৰায় ৩ বজাত ডিগবৈত ক্ষোভ উজাৰিলে বিশ্বনাথ শৰ্মা বৰদলৈয়ে
Read More News
T & CPrivacy PolicyContact Us