Download Now Banner

This browser does not support the video element.

নগাঁও: তিনিচুকীয়া জুকাটী বজাৰত যোৱা নিশা এখন দোকানত চুৰিকাণ্ড , সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া ভূক্তভোগীৰ

Nagaon, Nagaon | Sep 9, 2025
নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত তিনিচুকীয়া জুকাটী বজাৰত যোৱা নিশা এখন দোকানত চুৰিকাণ্ড সংঘটিত হয়। জুকাটি বজাৰস্হিত সংবাদ কৰ্মী মোজ্জাকিৰ হুছেইনৰ দোকানত এই চুৰি কাণ্ড সংঘটিত হয়। দোকানৰ স্বাৰ্টাৰৰ ফাকেৰে অতি কৌশলৰে বিভিন্ন সা-সামগ্ৰী চুৰে লৈ যায়। ৰাজপথৰ কাষতে থকা দোকানত চুৰি হোৱাক লৈ এতিয়া অন্যান্য দোকানী আৰু স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে। ভৱিষ্যতে এনে ঘটনা সংঘটিত নহ'বলৈ আৰক্ষীক কটকটী
Read More News
T & CPrivacy PolicyContact Us