Install App
jerina7
This browser does not support the video element.
তিনিচুকীয়া: লাইপুলি সেনা চাউনীত জিলাৰ কেইবাখনো কলেজৰ পৰা ১৬ গৰাকীকৈ শিক্ষাৰ্থীৰ ৰাষ্ট্ৰীয় সংহতি ভ্ৰমণ যাত্ৰাৰ শুভাৰম্ভ
Tinsukia, Tinsukia | Sep 10, 2025
তিনিচুকীয়া জিলাৰ লাইপুলি স্থিত ভাৰতীয় সেনা ৭৩ এম টি এন/বি দি ই সেনা চাউনীৰ উদ্যোগত ৰাষ্ট্ৰীয় সংহতি ভ্ৰমণ একত্ৰীকৰণ যাত্ৰাৰ জৰিয়তে জিলাৰ কেইবাখনো কলেজৰ পৰা ১৬ গৰাকীকৈ শিক্ষাৰ্থীয়ে ১০ দিনীয়া যাত্ৰাৰে ৰাষ্ট্ৰীয় সংহতি ভ্ৰমণ যাত্ৰাত অংশগ্ৰহণ কৰিছে । আজি লাইপুলি স্হিত ভাৰতীয় সেনা চাউনিৰ সেনাপ্ৰধান গৰাকীয়ে পতকা জোকাৰি ছাত্ৰ - ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!