Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: বাঘ হাজৰিকাক লৈ বিতৰ্কিত মন্তব্য কৰা ব্যক্তিৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল উজনি অসম মুছলিম কল্যাণ পৰিষদৰ

Sibsagar, Sivasagar | Aug 27, 2025
বাঘ হাজৰিকাক লৈ বিতৰ্কিত মন্তব্য কৰা ব্যক্তিৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল উজনি অসম মুছলিম কল্যাণ পৰিষদৰ। ডিব্ৰুগড়ৰ ম‌ইনুল হক নামৰ ব্যক্তি জনে বাঘ হাজৰিকাক লৈ কৰিছিল বিতৰ্কিত মন্তব্য । শীঘ্ৰে এই গৰাকী ব্যক্তিক গ্ৰেপ্তাৰৰ দাবীত উজনি অসম কল্যাণ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে সদৰ থানাত দাখিল কৰে এজাহাৰ।
Read More News
T & CPrivacy PolicyContact Us