Download Now Banner

This browser does not support the video element.

মাটিয়া: কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱত আতংকিত ৰাইজ

Matia, Goalpara | May 27, 2025
কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱত আতংকিত ৰাইজ ৷ সম্প্ৰতি বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰাহৰণ হৈছে অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ গঞা ৰাইজৰ ৷ কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তকে ধৰি বনগাওঁ লখৰাপাৰা, গনেকগ্ৰে, খামাৰী, ভেৰভেৰী, কাচভাঙা আদি গাৱ অঞ্চলত প্ৰায় ৩০/৪০ জনীয়া এজাক বন্যহস্তীয়ে প্ৰতিদিনে নিশাই উপদ্ৰৱ চলাই আহিছে ৷ যাৰ ফলত উক্ত অঞ্চলৰ ৰাইজে অৰে নিশা বিনিদ্ৰ ৰজনীৰে কটাবলগীয়া হৈছে ৷
Read More News
T & CPrivacy PolicyContact Us