Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: যুৱ দলত সিংহপুৰুষ প্ৰণৱজিৎ চলিহাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উদযাপন

Sibsagar, Sivasagar | Sep 13, 2025
শিৱসাগৰৰ যুৱদলত সিংহ পুৰুষ প্ৰণৱজিৎ চলিহাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উদযাপন । প্ৰণৱজিৎ চলিহা ওৰফে ৰমু চলিহা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত, শিৱসাগৰ বাসীৰ সহযোগত উদযাপন কৰা প্ৰয়াত সংগ্ৰামী নেতা গৰাকীৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলি । অসম আন্দোলনৰ অগ্ৰণী নেতা প্ৰয়াত ৰমু চলিহাৰ সংগ্ৰামী সতীৰ্থ নেকিবুৰ জামানৰ লগতে এই কাৰ্যসূচীত উপস্থিত থাকে জিলা খনৰ বহু সংখ্যক বিশিষ্ট ব্যক্তি ।
Read More News
T & CPrivacy PolicyContact Us