Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: মনিপুৰৰ সেনাপতি জিলাত নাগালেণ্ডৰ 'হৰ্ণবিল টিভি'ৰ সাংবাদিক মৰিয়নিৰ যুৱক দীপ শইকীয়ালৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালন
Jorhat West, Jorhat | Aug 31, 2025
মনিপুৰৰ সেনাপতি জিলাত নাগালেণ্ডৰ 'হৰ্ণবিল টিভি'ৰ সাংবাদিক মৰিয়নিৰ যুৱক দীপ শইকীয়ালৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালন।দুৰ্বৃত্তৰ গুলীত কাষলতিৰ লগতে ভৰিতো গুলীবিদ্ধ হয় সাংবাদিক গৰাকী। মনিপুৰৰ নগা অধ্যুষিত সেনাপতি জিলাৰ লাই গাঁৱত অনুষ্ঠিত এটা "ফ্লাৱাৰ ফেষ্টিভেল"ৰ বাতৰি সংগ্ৰহৰ বাবে গৈছিল সাংবাদিক দীপ শইকীয়।অনুষ্ঠানতেই এজন যুৱকে দীপ শইকীয়ালৈ লক্ষ্য কৰি গুলি কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!