Download Now Banner

This browser does not support the video element.

গোলাঘাট: মেৰাপানীত ১৪২ নং বেটেলিয়ান আৰু আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে চলোৱা অভিযানত তিনি হাজাৰ লিটাৰতকৈ অধিক সুৰা জব্দ

Golaghat, Golaghat | Aug 28, 2025
বৃহস্পতি বাৰে পুৱা প্ৰায় ১১ বজাত মেৰাপানীত মেৰাপানীস্থিত ১৪২ নং চিআৰপিএফ আৰু আবকাৰী বিভাগৰ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান l মেৰাপানীৰ কেবাখনো গাঁৱত অবৈধ চুলাই মদৰ বিৰুদ্ধে এক সৱল অভিযান চলায়। মেৰাপানীস্থিত ১৪২ নং চিআৰপিএফ আৰু আবকাৰী বিভাগৰ সহযোগত মেৰাপানীৰ কেবাখনো গাঁৱত চুলাই মদৰ বিৰুদ্ধে অভিযান চলায় তিনি হাজাৰ লিটাৰকৈ অধিক অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰা জব্দ দলটোৰ।
Read More News
T & CPrivacy PolicyContact Us