This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ২৭ আগষ্টৰ পৰা মনুজুলিৰ এগৰাকী যুৱক নিৰুদ্দেশ হৈ আছে,ঢেকীয়াজুলিত পৰিয়ালৰ লোকৰ মন্তব্য
Dhekiajuli Part, Sonitpur | Aug 31, 2025
ঢেকীয়াজুলি পৌৰসভা এলেকাৰ ৫ নং ৱাৰ্ডৰ মনুজুলিৰ এগৰাকী যুৱক যোৱা ২৭ আগষ্ট ২০২৫ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ এই সন্দৰ্ভত পৰিয়ালৰ লোকে ঢেকীয়াজুলি আৰক্ষী থানাত এজাহল দাখিল কৰাৰ লগতে দেওবাৰে পুৱা ১০ বাজি ৩০ মিনিটত ঢেকীয়াজুলিত সংবাদ মাধ্যমৰ কাষ চাপে ৷ উল্লেখ্য যে ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ মনুজুলিৰ বাসিন্দা চিত্তৰঞ্জন শ্বাহাৰ কনিষ্ঠ ভাতৃ প্ৰভাত শ্বাহা যোৱা ২৭ আগষ্ট ২০২৫ তাৰিখে গনেশ পূজা চাম বুলি কৈ ঘৰৰ পৰা উলাই আহিছিল ৷ যদিও পিছলৈ আৰু ঘৰলৈ উভতি নগল যুৱকজন ৷