Download Now Banner

This browser does not support the video element.

ওদালগুৰি: চহৰৰ বিষ্ণুৰাভা কৃষ্টি সংঘত অনুষ্ঠিত হয় জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচী

Udalguri, Udalguri | Oct 5, 2025
ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ আকাল মৃত্যুৰ বাবে সমগ্ৰ ৰাজ্যখনতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। শিল্পী গৰাকীৰ চিতা ভস্ম সমগ্ৰ ৰাজ্যখনতে লৈ যোৱাৰ ব্যৱস্থা কৰা। সেই অনুসৰি ওদালগুৰিৰ বিষ্ণুৰাভা কৃষ্টি সংঘত শিল্পী গৰাকীৰ চিতাভস্ম আহি পোৱাত ৰাইজে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইপিনে উক্ত সময় চোৱাত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us