Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: বিজনীৰ উলুবাৰীৰ শিলিখাগুৰীত মৃতদেহ উদ্ধাৰ, উপস্থিত আৰক্ষী

Bijni Part, Chirang | Aug 27, 2025
চিৰাং জিলাৰ বিজনীৰ উলুবাৰীৰ শিলিখাগুৰী ৰূপ কোৱৰ জাতীয় বিদ্যালয়ৰ ওচৰত পথৰ কাষত এটি মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে,পিছত পৰিয়ালে মৃতদেহটো চিনাক্ত কৰে,মৃত লোকজনৰ নাম মনিৰাম দাস ঘৰ শিলিখাগুৰী দাসপাৰা গাঁৱত,ঘটনাস্থলীত পানবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৃত্যুৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই,অৱশেষত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Read More News
T & CPrivacy PolicyContact Us