Download Now Banner

This browser does not support the video element.

মানকাচৰ: মানকাচৰত অৰুণোদয় আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ,টকা নিদিয়াৰ বাবেই অৰুণোদয় আঁচনীৰ পৰা বঞ্চিত শাৰীৰিকভাৱে স‌ক্ষম লোক

Mankachar, South Salmara-Mankachar | Aug 26, 2025
মঙ্গলবাৰে দিনৰ আনুমানিক ৩ বজাত মানকাচৰ খণ্ড উন্ন কাৰ্যালয়ৰ অন্তৰ্গত ঝগৰাৰচৰ গাঁৱ পঞ্চায়তত অৰুণোদয় আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে এই ঘটনা। অভিযোগ অনুসৰি অৰুণোদয়ৰ তালিকা প্ৰস্তুত কৰাৰ দ্বায়িত্ব থকা বাছনি কমিটীয়ে টকা লৈ অযোগ্য হিতাতিকাৰিৰ নাম অন্তৰ্ভুক্ত কৰিছে। ফলত গাওঁ খনৰ একাংশ দৰিদ্ৰ শ্ৰেণীৰ লোক, শাৰীৰিকভাৱে অক্ষম ব্যক্তি বাদ পৰিছে।
Read More News
T & CPrivacy PolicyContact Us