Install App
shivbhakti
This browser does not support the video element.
হাজো: আজি মহাষ্টমী পূজা,কামৰূপৰ বংশৰত ৩৫তম দুৰ্গাপূজা উদযাপন আয়তি সকলৰ নাম প্ৰসংগৰে মুখৰিত পূজা মণ্ডপস্থলী
Hajo, Kamrup | Sep 30, 2025
আজি মহা অষ্টমী পূজা, ৰাজ্য জুৰি চলিছে মা দুৰ্গাক আৰাধনা। কামৰূপৰ বংশৰতো ৩৫তম দুৰ্গাপূজা উদযাপন। মঙলবাৰে সদৌ বংশৰ দুৰ্গা পূজা উদযাপন সমিতিয়ে সংবাদ মাধ্যমৰ আগত জনালে এইবাৰৰ কাৰ্যসূচী। পূজা অৰ্চনা ,পুৰোহিতৰ মন্ত্ৰোচাৰণেৰে মুখাৰিত কৰি তুলিছে পুজা মণ্ডপ। আয়তি সকলৰ নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে। এক আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিছে পূজা মণ্ডপস্থলী।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!