Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: মাকুম হাপজান বামুণমাটি গাঁৱত এজন বিবাহিত যুৱকৰ মৃত দেহ উদ্ধাৰ

Tinsukia, Tinsukia | Sep 9, 2025
মঙ্গলবাৰে আবেলি প্ৰায় ৩ মান বজাত মাকুম হাপজান বামুণমাটি গাঁৱত গাঁও খনেৰে অমৃত মাহাত্ব নামৰ ২৫ বছৰীয়া এজন বিবাহিত যুৱকৰ চিপজৰী লোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হয়। জানিবলৈ পৰা মতে চাৰি মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা যুৱক জনে যোৱা নিশা পত্নীৰ সৈতে বাকবিতণ্ডাত লিপ্ত হোৱাত ঘৰৰ পৰা ওলাই গৈছিল।
Read More News
T & CPrivacy PolicyContact Us