This browser does not support the video element.
দলগাঁও ভাগ: মঙলদৈ উপস্থিত হয় প্ৰধান মন্ত্ৰী জনসভাৰ প্ৰস্তুতি বুজ লয় সাংসদ দিলীপ শইকীয়াই
Dalgaon Part, Darrang | Sep 13, 2025
মঙলদৈ উপস্থিত হয় প্ৰধান মন্ত্ৰী জনসভাৰ প্ৰস্তুতি বুজ লয় সাংসদ দিলীপ শইকীয়াই ।১৪ চেপ্তেম্বৰ তাৰিখে মঙলদৈত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন জনসভাত ভাগ লব। লগতে প্ৰধান মন্ত্ৰী গৰাকীয়ে দৰং মিডেকেল কলেজৰ আধাৰ শিলা কৰিব।এই লৈ শনিবাৰে সন্ধিয়া মঙলদৈত প্ৰধান মন্ত্ৰী জনসভাৰ স্হলিত উপস্থিত হয় সাংসদ দিলীপ শইকীয়াই। উপস্থিত হয় প্ৰস্তুতি বুজ লয় নেতা গৰাকীয়ে।