Download Now Banner

This browser does not support the video element.

সৃজনগ্ৰাম: বিধানসভা নিৰ্বাচনৰ কেন্দ্ৰ কৰি অভয়াপুৰীত দলীয় কৰ্মী সৈতে মত বিনিময় জিলা বিজেপি সভাপতিৰ, দলক শক্তশালী কৰাৰ বাবে আলোচনা

Srijangram, Bongaigaon | Sep 9, 2025
মঙ্গলবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীত উপস্থিতিত হৈ দলীয় কৰ্মী সৈতে মত বিনিময় কৰে জিলা বিজেপি সভাপতিৰ উজ্জ্বল কান্তি ৰায়ে । আগন্তুক ২০২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলক শক্তিশালী কৰাৰ বাবে অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ে দলীয় কৰ্মী সকলক অঞ্চলত গুৰুত্বপূর্ণ পৰামৰ্শ আগবঢ়ায়।  দলীয় কৌশল, আগতীয়া কাৰ্যপদ্ধতি, সমাজসেৱামূলক উদ্যোগ আৰু জনসেৱাৰ বিভিন্ন দিশ সম্পৰ্কে মত বিনিময় কৰে জিলা বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰায়ে  ।
Read More News
T & CPrivacy PolicyContact Us