Download Now Banner

This browser does not support the video element.

মৰিগাঁও: জাগীৰোড আৰক্ষীৰ জালত দুই প্ৰৱঞ্চক আৰিহান জৈন আৰু চাহিল জৈন,গুৱাহাটীৰ কাহিলীপাৰা স্থিত গনপতি এনক্লেভৰ পৰা গ্ৰেপ্তাৰ

Marigaon, Morigaon | Aug 22, 2025
শুক্ৰবাৰে নিশা প্রায় ন মান বজাত জাগীৰোড আৰক্ষীৰ জালত দুই প্ৰৱঞ্চক আৰিহান জৈন আৰু চাহিল জৈন ৷ গুৱাহাটীৰ কাহিলীপাৰা স্থিত গনপতি এনক্লেভৰ পৰা জাগীৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চক ভাতৃদ্বয়ক ৷ কে মুৰ্থী নামৰ আন এটা প্ৰৱঞ্চক এতিয়াও পলাতক ৷ উল্লেখ্য যে জাগীৰোডত টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মানৰ কাম চলাই থকা কিলাৰ নামৰ প্ৰতিষ্ঠানটোত ডিজেল যোগান ধৰিছিল Fuel x নামৰ জৈন ভাতৃদ্বয়ৰ প্ৰতিষ্ঠানটোৱে ৷ কিলাৰ প্ৰতিষ্ঠানৰ ষ্ট’ৰ ইনচাৰ্জ দক্ষিণ ভাৰতৰ কে মুৰ্থী নামৰ এজন কৰ্মচাৰীৰ স
Read More News
T & CPrivacy PolicyContact Us