Download Now Banner

This browser does not support the video element.

নগাঁও: জুবিন গাৰ্গ হত্যাকাণ্ডৰ ন্যায় বিচাৰ দাবীত ক্লক টাৱাৰ সমীপত নাগাঁও নাগৰিক সমাজৰ উদ্যোগত অৱস্থান ধৰ্মঘট

Nagaon, Nagaon | Oct 7, 2025
“জুবিন গাৰ্গ হত্যাকাণ্ডৰ ন্যায় বিচাৰ দাবীত নাগাঁও নাগৰিক সমাজৰ উদ্যোগত অৱস্থান ধৰ্মঘট” মুখ্যমন্ত্রীৰ পত্নীৰ নাম সাঙোৰ সোৱাৰ‌ বাবে নিৰপেক্ষ তদন্তৰ খাতিৰত গৃহবিভাগৰ পৰা পদত্যাগ কৰা , চিংগাপুৰত আয়োজিত নর্থ ইষ্ট ফেষ্টিভেললৈ যোৱা প্ৰতিগৰাকী ব্যক্তিৰ‌নাম ৰাজহুৱা কৰা আৰু জুবিন গাৰ্গ হত্যাকাণ্ডৰ বাবে CBI তদন্তৰ ঘোষণা কৰাৰ দাবীৰে আজি নগাওঁ ক্লক টাৱাৰ সমীপত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে নাগৰিক সমাজ নগাওঁ জিলা সমিতিয়ে ।
Read More News
T & CPrivacy PolicyContact Us