This browser does not support the video element.
মৰিগাঁও: মৈৰাবাৰীৰ দলৈগাঁৱত আজি দুপৰীয়া সংঘটিত হৈছে এক শোকাৱহ ঘটনা গছৰ পৰা পৰি মৃত্যু এজনৰ
Marigaon, Morigaon | Sep 6, 2025
মৈৰাবাৰীৰ দলৈগাঁৱত আজি দুপৰীয়া সংঘটিত হৈছে এক শোকাৱহ ঘটনা।ৰফিকুল ইছলাম নামৰ এজন লোকৰ গছৰ পৰা পৰি মৃত্যু হয়।লোকজনৰ আনুমানিক বয়স ৫০ বছৰ।স্থানীয় ৰাইজে আজি দুপৰীয়া মৃত অৱস্থাত গছৰ তলত উদ্ধাৰ কৰে লোক জনক।উল্লেখ যে আজি কেইবাদিন ধৰি দলৈগাঁৱৰ এজন লোকৰ চেগুন গছৰ বাগান চাফা কৰা কাম কৰি আছিল লোকজনে।বাগানৰ মালিক জনে শ্ৰমিক ৰফিকুল ইছলামক গছৰ তলত প্ৰত্যক্ষ কৰে ৰফিকুলক।