Download Now Banner

This browser does not support the video element.

শদিয়া: light for life ৰ উদ্যোগত শদিয়াত সুধা কণ্ঠৰ জন্মদিন উদযাপন, উপস্থিত বিধায়ক বলীন চেতিয়া

Sadiya, Tinsukia | Sep 8, 2025
আজি সুধা কণ্ঠ ড০ ভূপেন হাজৰিকাৰ দেৱৰ জন্মদিন । জন্মস্থান শদিয়াত এই পবিত্ৰ ক্ষণত আজি সোমবাৰৰ পৰা দুদিনিয়াকৈ উদযাপন কৰা হৈছে ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান , light for life ৰ উদ্যোগত আৰু শদিয়াবাসী ৰাইজৰ সহযোগত বিভিন্ন বৰ্ণাঢ্য অনুষ্ঠানৰ লগতে ভূপেন দাৰ এশ খন প্ৰতিচ্ছবি সন্মুখত এশ গছি বন্তি প্ৰজলন কৰে শদিয়া এশ জন গন্যমান্য ব্যক্তিয়ে ।
Read More News
T & CPrivacy PolicyContact Us