Download Now Banner

This browser does not support the video element.

বাঘবৰ: সত্ৰকনৰা বজাৰত ছাত্র মুক্তি সংগ্রাম সমিতিৰ CAA ৰ বিৰুদ্ধে তীব্র প্রতিবাদ

Baghbor, Barpeta | Sep 6, 2025
সত্ৰকনৰা বজাৰত ছাত্র মুক্তি সংগ্রাম সমিতিৰ CAA ৰ বিৰুদ্ধে তীব্র প্রতিবাদ। অসমীয়াই কেতিয়াও CAA নামানে ৷ CAAৰ নতুন ৰূপৰ বিৰুদ্ধে বৰপেটাৰ বাঘবৰৰ সত্ৰকনৰা বজাৰত প্ৰতিবাদ ৷ CAA বাতিলৰ দাবীত বাঘবৰৰ সত্ৰকণৰাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী সকলে বিজেপি গো বেক, বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অমিত সাহ মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ , CAA আমি নামানো, আমাৰ দাবী মানিবই লাগিব আদি শ্লোগানেৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে ৷
Read More News
T & CPrivacy PolicyContact Us