Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: ন-আলি উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা, অচিনাক্ত বাহনে মহটিয়াই নিলে স্কুটী আৰোহীক, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন
Jorhat West, Jorhat | Aug 23, 2025
যোৰহাটৰ ন-আলি উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনা । অচিনাক্ত বাহনে মহতিয়াই নিলে স্কুতি আৰোহীক । গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত এজন । নিশা যোৰহাটৰ ন-আলি উৰণসেতুত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা । দ্ৰুতবেগেৰে যোৱা এখন অচিনাকি বাহনে মহতিয়াই নিয়ে এজন স্কুতি আৰোহীক । দুৰ্ঘটনা সংঘটিত কৰি অচিনাক্ত বাহন খনৰ পলায়ন । ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোক জনক JMCH লৈ নিয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!