Download Now Banner

This browser does not support the video element.

খুমটাই: কঠালগুৰিত বুঢ়ালিকচন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সন্মুখত অস্থায়ী স্বাস্থ্য কৰ্মচাৰীৰ প্ৰতিবাদ, আত্মজাহৰ হুংকাৰ

Khumtai, Golaghat | Sep 11, 2025
খুমটাইৰ কঠালগুৰিত বুঢ়ালিকচন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সন্মুখত বৃহস্পতিবাৰে দিনৰ প্ৰায় ৩ বজাত চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰীৰ প্ৰতিবাদ। আত্মজাহৰ হুংকাৰ। চাৰিঙ্গীয়া মহকুমা চিকিৎসালয় অন্তৰ্গত অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলে চাকৰি নিয়মীয়াকৰণ কৰা,কামৰ উচিত মৰ্যাদা দিয়া দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ৷ উল্লেখ্য যে, যোৱা ৩ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীৰ চচলত অস্থায়ী স্বাস্থ্যকৰ্মচাৰীৰ প্ৰতিবাদ অব্যাহত আছে যদিও চৰকাৰে দিয়া নাই গুৰুত্ব৷
Read More News
T & CPrivacy PolicyContact Us