Install App
mokib786
This browser does not support the video element.
মানকাচৰ: হাটশিঙিমাৰী ছুপাৰ মাৰ্কেটত কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী ৰুকুনুৰজামান লাৱলুৰ বিশাল ৰাজনৈতিক জনসভা, অংশগ্ৰহণ সহস্ৰাধিক ৰাইজ
Mankachar, South Salmara-Mankachar | Sep 11, 2025
বৃহস্পতিবাৰে নিশা আনুমানিক ৯ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী চুপাৰ মাৰ্কেটত আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচন উপলক্ষে কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী ৰুকুনুৰজামান লাৱলু এ এক বিশাল ৰাজনৈতিক জনসভাৰ আয়োজন কৰে। উক্ত ৰাজনৈতিক জনসভাত প্ৰায় সহস্ৰাধিক ভোটাৰ ৰাইজ অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!