This browser does not support the video element.
মাৰ্ঘেৰিটা: বিধায়ক সুৰেন ফুকনৰ উপস্থিতিত ডিগবৈত মল পৰিশোধন কেন্দ্ৰৰ মুকলি
Margherita, Tinsukia | Sep 10, 2025
ডিগবৈ পৌৰসভাৰ অধীনৰ বাসিন্দা সকলৰ বাবে আজি অন্য এক সু খবৰ। আজি বুধবাৰে দুপৰীয়া প্ৰায় ২.৩০ বজাত বিধায়ক সুৰেন ফুকনে মুকলি কৰে মল পৰিশোধন কেন্দ্ৰ । ডিগবৈ পৌৰসভাই ১ কোটি ৯ লাখ টকাৰে আজিৰে পৰা আৰম্ভ কৰিলে মল পৰিশোধন কেন্দ্ৰ ।উন্নত প্ৰযুক্তিগত প্ৰক্ৰিয়াৰ মাজেৰে মানৱ মল সমূহক সংশোধন কৰি জৈৱিক সাৰলৈ ৰূপান্তৰৰ জড়িয়তে এতিয়াৰে পৰা ব্যৱহাাৰৰ উপযোগী কৰি তোলা হ'ব ।