Install App
bpranjal752
This browser does not support the video element.
নগাঁও: মন্ত্ৰী কেশৱ মহন্ত জখলাবন্ধা গাঁও পঞ্চায়ত,উত্তৰ -পশ্চিম পূৱথৰীয়া পঞ্চায়তত উপস্থিত থাকি অৰুনোদয় আঁচনিৰ সভাত অংশগ্ৰহণ কৰে
Nagaon, Nagaon | Oct 7, 2025
মঙলবাৰে দিনৰ প্ৰায় ১২ মান বজাত মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি কলিয়াবৰ সমষ্টিৰ জখলাবন্ধা গাঁও পঞ্চায়ত,উত্তৰ -পশ্চিম পূৱথৰীয়া গাঁও পঞ্চায়ত আৰু আমলখী গাঁও পঞ্চায়তৰ অৰুনোদয় আঁচনিৰ সভাত উপস্থিত থাকি এই আচঁনি লাভ কৰা মহিলা সকলক সম্বোধন কৰে।অনুষ্ঠিত সভাত কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা,কলিয়াবৰ চক্ৰ বিষয়া ৰাজ নিশান শৰ্মা , সহকাৰী আয়ুক্তসকল, পঞ্চায়ত প্ৰতিনিধিসকল সমন্বিতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!