This browser does not support the video element.
আজাৰা: জুবিন গাৰ্গৰ সমাধিস্থলীত শনিৰাৰৰ দিনাও ভিৰ, সমাধিস্থলীত উপস্থিত শৃংখল চলিহা।
Azara, Kamrup Metropolitan | Oct 4, 2025
জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত শনিৰাৰৰ দিনা ভিৰ অনুৰাগীৰ । ৰাইজে সমাধিস্থলীত নাম প্ৰসঙ্গ কৰি প্ৰাণৰ শিল্পী গৰাকীক জনাইছে শ্ৰদ্ধাঞ্জলি । সোণাপুৰৰ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত শৃংখল চলিহা । জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আগবঢ়ালে গুৰুত্বপূৰ্ণ মন্তব্য। এতিয়াও আৰক্ষীৰ চাৰিটা গুলী ফুটা নাই বুলি প্ৰশ্ন চৰকাৰক। শ্বুট টু কিলৰ দাবী জনালে শৃংখল চলিহাই।