This browser does not support the video element.
বিজনী ভাগ: বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীৰ সমৰ্থনত বল্লামগুৰীত UPPL কৰ্মী-সমৰ্থকৰ সভা অনুষ্ঠিত
Bijni Part, Chirang | Aug 31, 2025
BTC ৰ ১৭ নং সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ UPPL ৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী, প্ৰাক্তন পাৰিষদ তথা বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীৰ সমৰ্থনত বল্লামগুৰীত UPPL কৰ্মী-সমৰ্থকৰ সভা অনুষ্ঠিত,বল্লামগুৰী VCDC ৰ সভাপতি কৃষ্ণকান্ত নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত প্ৰাথীত্ব প্ৰত্যাশী গুণেশ্বৰ গয়াৰী, বিজনী পৌৰসভাৰ ১ নং ৱাৰ্ডৰ মীৰা সাহা উপস্থিত থাকে,গুণেশ্বৰ গয়াৰীয়ে প্ৰাৰ্থীত্ব লাভ নকৰিলে দল ত্যাগৰ হুংকাৰ UPPL কৰ্মী-সমৰ্থকৰ।