Download Now Banner

This browser does not support the video element.

টিংখং: শালমাৰীত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ পথ নিৰ্মাণৰ পৰ্যবেক্ষণ কৰে মন্ত্ৰী বিমল বৰাই

Tingkhong, Dibrugarh | Sep 9, 2025
আজি মঙ্গলবাৰে বিয়লি ৪ বজাত টিংখাঙৰ শালমাৰী যুৱ সংঘৰপৰা শালমাৰী মজলীয়া বিদ্যালয়ৰ লৈকে পথ নিৰ্মাণৰ কাম চলি থকা অৱস্থাত উক্ত স্থানত উপস্থিত হৈ নিৰ্মাণৰ পৰ্যবেক্ষণ কৰে মন্ত্ৰী বিমল বৰাই। উপস্থিত হৈ তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনি হৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এটি দূৰদৰ্শী পদক্ষেপ।
Read More News
T & CPrivacy PolicyContact Us