Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: ঢোলমাৰাত ২১ তম সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জাতীয় উৎসৱ' কৰম পূজা উৎযাপন কৰে ধুবুৰী জিলা সমিতিয়ে

Dhubri Part, Dhubri | Sep 3, 2025
বৰ্ণাঢ্য কাৰ্যসূচীৰে উৎযাপন কৰে ধুবুৰী জিলা সমিতি আৰু সদৌ অসম আদিবাসী মহিলা সন্থাই। আজি ধুবুৰী জিলা আৰু কোকৰাঝাৰ সিমান্ত এলেকা ঢোল মাৰা অঞ্চলত আজি উৎসৱমুখৰ পৰিবেশ । চাৰিওফালে আদি বাসী গীত নৃত্যৰে পৰিবেশ মুখৰীত কৰি তোলে ধুবুৰী জিলা আদি বাসী ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে।
Read More News
T & CPrivacy PolicyContact Us