Download Now Banner

This browser does not support the video element.

টেঙাখাত: ধৰিয়া দিঘলীয়াত খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ বিচপৰ বিৰুদ্ধে বিক্ষোভ সভা, অংশগ্ৰহণ পাঁচ সহস্ৰাধিক লোকৰ

Tengakhat, Dibrugarh | Sep 7, 2025
আজি ৰবিবাৰে বিয়লি ৪ বজাত টেঙাখাত ধৰিয়া দীঘলিয়া গাঁৱত তিনি খন জিলাৰ খৃষ্টান ধৰ্মালম্বী লোক একত্ৰিত হৈ ক্ষুভ উজাৰিলে উত্তৰ পুৰ্বাঞ্চলৰ বিচপ মাইকেল হেৰেঞ্জৰ বিৰুদ্ধে। উল্লেখ্য যে মাইকেল হেৰেঞ্জে যেতিয়াৰে পৰা উত্তৰ পুৰ্বাঞ্চলৰ বিচপ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে তেতিয়াৰে পৰা পূৰ্বৰ নিয়ম ভংগ কৰি নিজৰ খেয়াল খুচি মতে যিকোনো কাম কৰাৰ অভিযোগ।
Read More News
T & CPrivacy PolicyContact Us