Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: দিল্লীত পুনৰ বিতৰ্কিত মন্তব্য চৈয়দা হামিদৰ, শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়া দল সংগঠনৰ

Sibsagar, Sivasagar | Aug 27, 2025
দিল্লীত পুনৰ বিতৰ্কিত মন্তব্য চৈয়দা হামিদৰ শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়া দল সংগঠনৰ । চৈয়দা হামিদে বাংলাদেশীৰ সন্দৰ্ভত মন্তব্য কৰাৰ পাছত অসমত সৃষ্টি হোৱা ঢৌ মাৰ নাযাওতেই পুনৰ বিতৰ্কিত এক মন্তব্য আগবঢ়ায় দিল্লীৰ এক সভাত। ইয়াকে লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থা, জাতীয় সংগ্ৰামী সেনাকে আদি কৰি বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব‌ই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া সংবাদ মাধ্যমৰ দ্বাৰা। ৰাজ্য চৰকাৰক নিজাববীয়াকৈ গোচৰ ৰুজো কৰাৰ দাবী।
Read More News
T & CPrivacy PolicyContact Us