Download Now Banner

This browser does not support the video element.

পাতিলাদহাত ভয়ংকৰ পথ দুৰ্ঘটনা, পথৰ পৰা বাগৰি পৰে ট্ৰাক, ট্ৰাকৰ বিস্তৃত ক্ষতিসাধন , আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ কৰে ট্ৰাক

Manikpur, Bongaigaon | Sep 10, 2025
বুধবাৰে বঙাইগাঁও জিলাৰ পাতিলাদহাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। বিপৰীত দিশ পৰা আহি থকা চাৰি চকিয়া বাহনক বচাবলৈ গৈ পথৰ কাষত বাগৰি পৰে এখন ট্ৰাক । পথ দূৰ্ঘটনাত ট্ৰাকৰ বিস্তৃত ক্ষতিসাধন ঘটে । ঘটনা স্থলীত আৰক্ষীৰ দল উপস্থিত হৈ দুৰ্ঘটনা গ্ৰস্ত ট্ৰাক উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে।
Read More News
T & CPrivacy PolicyContact Us