This browser does not support the video element.
তিনিচুকীয়া: সদৰৰ ইস্কনৰ প্ৰাংগণত ৰাধা অষ্টমী পালন
Tinsukia, Tinsukia | Aug 31, 2025
দেওবাৰে তিনিচুকীয়া চহৰ স্থিত ইস্কনৰ প্ৰাঙ্গনত বিস্তৃত কাৰ্যসূচীৰে ৰাধা অষ্টমী পালন কৰা হয় । দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানত ৰাধা অষ্টমী উপলক্ষে প্ৰথমে ৰাধা ৰাণীৰ অভিষেশ আদি কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । বিয়লি ৫ বজা পৰ্যন্ত সহস্ৰাধিক ভক্ত গনেৰে উপস্থিত থকা অনুষ্ঠানত নাম কীৰ্ত্তন ,উৰুলি শংখৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হয় ।