This browser does not support the video element.
বাক্সা: ডুমুনীত পকী পথৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই
Baska, Baksa | Aug 23, 2025
বাক্সা জিলাৰ ডুমুনীত আজি পকী পথৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। কুৱেৰী চকৰ পৰা ডুমুনীলৈকে যোৱা পথৰ পৰা ডুমুনী চাহ বাগানলৈকে যোৱা এক কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাত তিনিটা কালভাৰ্ট থাকিব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই পথছোৱা আধাৰশিলা কৰি অঞ্চলটোৰ লোকৰ সহায় হ'ব বুলি মন্তব্য কৰে।