অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ বজালী সংহত শিশু উন্নয়ন প্রকল্পৰ অধীনত ৫০ নং বৰবড়ী ২ ভাৰেগাঁও আদর্শ অঙ্গনৱাড়ী কেন্দ্ৰৰ বুধবাৰে শুভ উদ্বোধন কৰা হয় ৷ ৫০ নং বৰবড়ী ২ ভাৰেগাঁও আদর্শ অঙ্গনৱাড়ী কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে ৷ উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷