Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ হৈ দাদগিৰি হাতীশ্বৰত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ

India | Sep 8, 2025
হাতীশ্বৰ অঞ্চলত খোৱা পানীৰ লগতে পথৰ অভাৱ যথেষ্ট বেয়া,বিপিএফ চৰকাৰৰ দিনত খোৱা পানীৰ বাবে খাম্পা বৰগয়াৰীক বহু টকা দিয়া হৈছিল ডিপাৰমেণ্ড হিচাপে কিন্তু কাম কৰা নাই মন্তব্য হাগ্ৰামা মহিলাৰীৰ,নিৰ্বাচনৰ পিছত স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে দুটা বাছ গাড়ী যোগান দিয়া হ'ব,খাম্পা মোৰ বিৰুদ্ধে নিৰ্বাচন খেলি লাভ নাই খাম্পা হাৰিব। ইউপিপিএলৰ মানুহে খাম্পাক ভোট নিদিয়ে এই মন্তব্য বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ ।
Read More News
T & CPrivacy PolicyContact Us