Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: নাঙলভাঙাত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত , উপস্থিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী

India | Aug 28, 2025
নিসিমা পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী জেমছ বসুমতাৰীৰ হৈ অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত হেলিকপ্টাৰেৰে উপস্থিত হয়হি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী,আজিৰ এই সভাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী, কেন্দ্ৰীয় বিপিএফৰ উপ সভাপতি শুদ্ধ বসুমতাৰী,নিসিমা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী জেমছ বসুমতাৰী সহ দলীয় বিভিন্ন বিষয় বিষয়া সহ বিপিএফ দলৰ সমৰ্থক সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us