Download Now Banner

This browser does not support the video element.

ছিপাঝাৰ: ছিপাঝাৰৰ নাৰিকলিত শিহৰণকাৰী ঘটনা,নৃশংস হত্যাৰ বলি একেটা পৰিয়ালৰ তিনিজন

Sipajhar, Darrang | Sep 11, 2025
ছিপাঝাৰৰ নাৰিকলিত শিহৰণকাৰী ঘটনা,নৃশংস হত্যাৰ বলি একেটা পৰিয়ালৰ তিনিজন।হত্যাৰ বলি দীপক নাথ,পত্নী প্ৰতিমা নাথ আৰু আৰু ধৃতিৰাজ নাথ।ধৃতিৰাজ নাথ সপ্তম শ্ৰেণীৰ ছাত্ৰ কোনে কি কাৰণত হত্যা কৰিলে তাক লৈ চাঞ্ছল্য পত্নী পুত্ৰৰ মৃতদেহ কোঠাৰ মজিয়াত আৰু দীপক নাথৰ মৃতদেহ উদ্ধাৰ চোতালত
Read More News
T & CPrivacy PolicyContact Us