Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: ছোট টিংৰাই চাহ বাগিছাত এগৰাকী শ্ৰমিক চিকিৎসালয়ত মৃত্যু হোৱাক লৈ উত্তপ্ত পৰিস্থিতি

Tinsukia, Tinsukia | Sep 11, 2025
বৃহস্পতি বাৰে বিয়লি প্ৰায় ৩ বজাত ছোট টিংৰাই চাহ বাগিছাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বাগিছা খনৰ এগৰাকী শ্ৰমিকৰ চিকিৎসালয়ত মৃত্যু হোৱাত ক্ষতিপূৰণ বিচাৰি এনে পৰিস্থিতিৰ সৃষ্টি হয় । বাগিছা খনৰ সহস্ৰাধিক শ্ৰমিক উপস্থিত হৈ ছোট টিংৰাই চাহ বাগিছাৰ কাৰ্যালয়ৰ সম্মুখত অতি শীঘ্ৰে শ্ৰমিকজনৰ মৃত্যুৰ ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰে ।
Read More News
T & CPrivacy PolicyContact Us