This browser does not support the video element.
ওদালগুৰি: চহৰত বিজেপিৰ বিশেষ নিৰ্বাচনী প্ৰস্তুতি সভা অনুষ্ঠিত হয়, উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী পীযুষ হাজৰীকা
Udalguri, Udalguri | Sep 5, 2025
সমাগত পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় দল বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী কুছ কাৱাজ। ওদালগুৰি চহৰত অনুষ্ঠিত বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সভাত ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া আৰু মন্ত্ৰী পীযুষ হাজৰিকাই আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি দলৰ সতীৰ্থ সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। গুৰুত্বপূৰ্ণ সভাত সাংগঠনিক সম্পাদক ৰবিন্দ ৰাজু, বিধায়ক ক্ৰমে পৰমানন্দ ৰাজবংশী,ৰূপক শৰ্মা, আৰু জিতু গোস্বামী বিশেষ ভাৱে উপস্থিত থাকে।